Podcasts by Category
Assamese Life And Culture /অসমীয়া সংস্কৃতি ++Kiran Chandra Nath
- 605 - Ep-597- Int. with Chaild Garista Kalita.by Kiran Chandra NathSun, 10 Nov 2024 - 07min
- 604 - Ep-597- Interview basd program on Bhupen Hazarika 13th Death Anniversary 24Wed, 06 Nov 2024 - 27min
- 603 - Ep_596 What is Semiconductors by Dr.Bhaben NeogSun, 03 Nov 2024 - 09min
- 602 - Ep_595_ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা : এই প্ৰসঙ্গত এটি আলোচনা ড.ঘণকান্ত শইকীয়া।
Ep_584_ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা : এই প্ৰসঙ্গত এটি আলোচনা ড.ঘণকান্ত শইকীয়া আৰু কিৰণ চন্দ্ৰ নাথ
Tue, 29 Oct 2024 - 12min - 601 - Ep_594_ Discussion How to improve primary education by School teacher
How to improve primary education in school teacher by Simalugury primary school Head Mustafa Maulanna. Juganta Raja 3Gayatee Das .With podcaster Kiran Chandra Nath
Thu, 24 Oct 2024 - 26min - 600 - EP-593- कृष्ण गिटार महत्ती Geetar Mahaty with DescriptionMon, 21 Oct 2024 - 22min
- 599 - Ep_592_ Phulaguri Dhewa Krishak Bidroh 1861 18th. October. intewiew based program.
Phulaguri Dhewa....this very name resonates with the patriotic cries of martyrs who sacrificed their lives in the first Peasant's uprising against British colonialism in India. The day was 18th October, 1861. To commemorate this day, we present her int with local people kumud Medhi . int with M LA Sachikanta Das . and Harjeet Sing Who made Smriti Saudh at last present a song
Fri, 18 Oct 2024 - 24min - 598 - Ep_591_ Tulashi Charita path by Rahul BordoloiThu, 17 Oct 2024 - 48min
- 597 - Ep_590_Krishnageeta pathSun, 13 Oct 2024 - 22min
- 596 - Ep_588_ Tiwa CultureMon, 07 Oct 2024 - 01min
- 595 - Ep_589_Postel Week or Dakghar saptah by Hifjur RahmanFri, 11 Oct 2024 - 18min
- 594 - Ep 585_ NewsSun, 06 Oct 2024 - 02min
- 590 - Ep_584_ Int.Based pragramm & Tiwageet.
• সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান কলিয়াবৰ হাহ পামৰ কথা বতৰা মহিলা খেলুৱৈৰ সাক্ষাৎকাৰ ,মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ সাক্ষাৎকাৰ আৰু তিৱা গীত। •
Thu, 03 Oct 2024 - 35min - 589 - Ep_583_ Int. With Jursing Bordoloi +Tiwa geet + Tiwa CultureWed, 02 Oct 2024 - 15min
- 588 - Ep 582 World Youth day Awarnes Camp on HIVSat, 28 Sep 2024 - 10min
- 587 - Ep 581 Report on parish Olympic 24 part2
Interview with Neeraj Chopra Neeraj Chopra at 2nd place with season best throw of 89.45m Nadeem lead with 92.97 , Peters (88.54) 3rd, Jacob 4th with 88.50 followed by Peters (87.87) , Yugo (87.72) & Weber (87.33) #ParisOlympics2024 and interview with Indian Hockey team And Others Sports Report
Fri, 09 Aug 2024 - 27min - 586 - Ep 580 How to start Banana Farming.by Dr. imdad Hussain ThakuriyaSat, 03 Aug 2024 - 21min
- 585 - Ep 579 Report on Paris Olympics24Thu, 01 Aug 2024 - 06min
- 584 - Ep 578 Importance Of Warld Breast feeding week. By Dr. Girindra Kr. NathThu, 01 Aug 2024 - 16min
- 583 - Ep 577 Paris Olympic & Manu Bhakre #ParisOlympic24Tue, 30 Jul 2024 - 06min
- 582 - Ep_576_ Ramen Baruah & Song By Dipen BaruahFri, 26 Jul 2024 - 13min
- 581 - Ep_575_ Nilamoni phukan+ Song by Bhupen Hazarika & Jayanta HazarikaThu, 25 Jul 2024 - 07min
- 580 - Ep 574 Nelson Mendela + Song By Bhupen HazarikaThu, 18 Jul 2024 - 08min
- 579 - Ep_573_ Bodybuilder (Lawha Kriyat) Asom & Song
Talk_Bodybuilder (Lawha Kriyat) Asom Song By Aftab Ahamed And Usha Mangeskar production Kiran Chandra nath
Wed, 17 Jul 2024 - 13min - 578 - Ep 571_Report on kaziranga of flood Situation. By Kiran Chandra NathSat, 13 Jul 2024 - 15min
- 577 - Ep 570- Youga divash by Tapan kr DeyTue, 25 Jun 2024 - 28min
- 576 - Ep_569- Dalu folk song -Binati Dalu
- Dalu folk song -Artist Binati Dalu দালু সকল হোজাই জিলাৰ ডেৰাপথাৰত বাস কৰাৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বাস কৰে । অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰেই এইসকলৰ নিজা কৃষ্টি আছে সাজপাৰ নিজে বৈ পিন্ধে মহিলা সকলে । ৰঙা ৰঙৰ বেছি পছন্দ কৰে মহিলা সকলে । পুৰুষৰো নিজা সাজ পোচাক আছে । তেখেত সকলৰ এটি মাছ ধৰা গীত এইটো ।
Sun, 23 Jun 2024 - 02min - 575 - Ep 568 Jilikaba luitore pare _Bhupen HazarikaWed, 19 Jun 2024 - 03min
- 574 - Ep_567_ Bangla geet by Bhupen HazarikaMon, 17 Jun 2024 - 03min
- 573 - Ep_556-Sikel Cell Animia+ Jyoti Sangeeta .Sun, 16 Jun 2024 - 11min
- 572 - Ep_565- Talk on Bishnu Prasad Rabha+ Rabhasangeet by Bhupen HazarikaSat, 15 Jun 2024 - 47min
- 571 - Ep-563-ৰক্তদাতা দিৱস এই বিষয়ে কৈছে পৰামৰ্শ দাতা ৰিঙ্কু দত্তই আৰু খগেন মহন্তৰ গীতFri, 14 Jun 2024 - 09min
- 568 - Ep-558- কামপুৰ বৰক'লাৰ আৰু লংকা ৰাজহ চক্ৰৰ বানপানীৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।
Ep-558- কামপুৰ বৰক'লাৰ আৰু লংকা ৰাজহ চক্ৰৰ বানপানীৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে । চাবচক্ৰাইব কৰিব
Sat, 01 Jun 2024 - 26min - 564 - Ep_554_ কঠিকা_ ফকৰাযোজনাত অসমীয়া লোকজীৱনৰ ছবি আৰু জেংবিহু ।
১ কঠিকা_ ফকৰাযোজনাত অসমীয়া লোকজীৱনৰ ছবি কৈছে ড. ঘনকান্ত বৰাই হোজাই কন্যা মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক । ২জেংবিহু শিল্পী ৰুমী বনীয়া আৰু সংগীসকল । (সকলোৱে চাবচক্ৰাইব কৰিব)
Fri, 03 May 2024 - 15min - 563 - Ep_553_নগাঁৱত অনুষ্ঠিত শ্ৰমিক দিৱসৰ প্ৰতিবেদন
নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শইকীয়াক সম্বৰ্ধনা। এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যাৰ্পন কৰি স্মৰণ কৰে । ইয়াৰ পিছতেই সন্থাৰ কাৰ্যালয়ত এখনি সভাৰ আয়োজন কৰে এই সভাত সভাপতিত্ব কৰে সদৌ অসম মটৰ শ্ৰমিক যুতীয়া পৰিষদৰ সাধাৰণ সম্পাদক এই ৰেজাক আহমেদে লগতে সভাত উপস্থিত থাকে গুৱাহাটীৰ শ্ৰমবিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া উত্তম পাটোৱাৰী । এই সভাত শ্ৰমিক সকলৰ বিভিন্ন ক্যালমুলক আঁচনিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰি সকল শ্ৰমিকে নিজৰ জীৱন বলিদান দিছিল সেই সকলক স্মৰণ কৰে । এই সভাতে নগাঁও ট্ৰাক চালক শ্ৰমিক সন্থাৰ সভাপতি গজেন শইকীয়াক সম্বৰ্ধনা জনোৱা হয় গজেন শইকীয়াক সম্বৰ্ধনা পত্ৰ, গামোচা, শৰাই আৰু এটি টি ভি প্ৰদান কৰা হয় ।
Fri, 03 May 2024 - 17min - 562 - Ep_552_ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ল কথা-বতৰা
Ep_552_ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ল কথা-বতৰাৰ। সকলোৱে চাবচক্ৰাইব কৰিব ।
Thu, 02 May 2024 - 10min - 561 - Ep_551_বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ।
নগাঁও জিলাৰ বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ। বিদ্যালয়ৰ প্ৰধান গুন বৰাৰ সাক্ষাৎকাৰ ছাত্ৰ-ছাত্ৰীৰ গীত সকলোৱে চাবচক্ৰাইব কৰিব ।
Thu, 02 May 2024 - 17min - 560 - Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে । #### যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা । যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত । যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী । যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ। যি মাটিৰ সাৰ নাই_ অসাৰুৱা । ঘাঁহৰে ভৰা ঠাই ঘাঁহনি । যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য। খাবলৈ অনা কলপুলি _পচলা । কলেৰে ভৰা ঠাই _ সলনি । কাণেৰে নুশুনা যি মানুহ_ কলা যি কাপোৰ বব জানে _ শিপিনী । গৰু বন্ধা ঠাই_ গোহালী । ম'হ বন্ধা ঠাই _খুটি । যি মাগি খায়-- মগনীয়াৰ । যি খুজি খায় খোজনীয়াৰ । যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী । গোটেই জীৱন জুৰি _আজীৱন । যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল । যি বস্তু দিব পৰা নাযায় _অদেয় । যি কথা জনা নাজায়_অজ্ঞাত , অজানিত । যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য
Mon, 29 Apr 2024 - 11min - 559 - Ep_549_ বিশ্ব গ্ৰন্থ দিৱস উদযাপন নগাঁৱত . এক প্ৰতিবেদনThu, 25 Apr 2024 - 28min
- 558 - Ep_548_হনুমান চালিকা পাঠ ।Sun, 21 Apr 2024 - 17min
- 557 - Ep -547-বিহুগীতত "অসমীয়া সমাজ জীৱন" কৈছে ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড.বসন্ত বৰাই + বিহু গীতFri, 19 Apr 2024 - 40min
- 556 - Ep-546-"সাধু" কৈছে ইমৰান হুছেইনে ।Tue, 16 Apr 2024 - 08min
- 555 - Ep-545-সাধু "বামুণৰ ভাগ্য" আৰু টোকাৰী গীত ।Tue, 16 Apr 2024 - 16min
- 554 - Ep-544-সাধু "লটকণ" আৰু টোকাৰী গীত ।Tue, 16 Apr 2024 - 16min
- 553 - Ep_543_ ৰঙালী বিহু উপলক্ষে সাক্ষাৎকাৰ ভিত্তিক এটি অনুষ্ঠান /Thu, 11 Apr 2024 - 25min
- 552 - Ep-542-বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু হোমিওপেথিক চিকিৎসা শিবিৰৰ প্ৰতিবেদন
1নগাঁৱত বিশ্ব হোমিওপেথী দিৱস উদযাপন ৰাহুল দেৱ বৰদলৈ : অসম হোমিওপেথিক চিকিৎসা মহসবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব হোমিওপেথী দিৱসটি উদযাপন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হোমিওপেথিক চিকিৎসা বিষয়া সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি জাৰ্মান চিকিৎসা বিজ্ঞানী মহামানৱ ডা: খ্ৰীষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমেনৰ ২৬৯ সংখ্যক জন্ম জয়ন্তী উদযাপন আৰু এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰটি মুকলি কৰে ডা: বিশ্বৰূপ গোঁহাই বৰুৱাই।
Wed, 10 Apr 2024 - 14min - 551 - Ep-542-১৮৮৫ চনৰপৰা ১৯৫৮ চনলৈকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভা আৰু সভাপতিৰ নামSun, 07 Apr 2024 - 08min
- 550 - Ep-541- Zeng Bihu Indira Dewri And ptySat, 06 Apr 2024 - 08min
- 549 - Ep-540-ৰমজানমাহৰ গুৰুত্ব কি? এই বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু জিকিৰ ।Fri, 29 Mar 2024 - 29min
- 548 - Ep_539_দিহা নাম 'শংকৰ গুৰ দেৱ" অজয় দেওৰজাৰ কন্ঠTue, 26 Mar 2024 - 08min
- 547 - Ep_538_লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ কিছু কথা আৰু এটি গীত ।Tue, 26 Mar 2024 - 08min
- 546 - Ep_537_বিহুগীতৰ শিল্পী উমানন্দ হাজৰিকাৰ সাক্ষাৎকাৰ আৰু বিহু গীত ।Thu, 21 Mar 2024 - 19min
- 545 - Ep_535_মাছৰ লগতে মুকুতা খেতিৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।
নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ হোৱা মাছ আৰু মুকুতা খেতিৰ প্ৰশিক্ষণ আজি সমাপ্ত হয় । অসমত মাছৰ লগতে মুকুতাৰ খেতি একেলগে কৰি কেনেকৈ লাভবান হ'ব পাৰে মীন পালক সকল ,এই বিষয়ে ১৩_১৫_ প্ৰশিক্ষণ প্ৰদান কৰে । ১৩মাৰ্চৰ পৰা নগাঁৱৰ গ্ৰাম্য উন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আৰম্ভ হৈছিল, এই প্ৰশিক্ষণ প্ৰশিক্ষণত তিনিচুকীয়া হোজাই, মৰিগাঁও যোৰহাট নগাঁও আদি জিলাৰ মীন পালক সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। শামুকৰ পৰা কি দৰে মুকুতা পাব পাৰি এই বিষয়ে শিক্ষা দিয়া হয় । আৰু শেষৰ দিনা অৰ্থাৎ আজি সকলোকে প্ৰমাণপত্ৰ দিয়া হয় । প্ৰশিক্ষণ প্ৰদান কৰে কলিকতাৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ জেষ্ঠ বিজ্ঞানীয়ে
Fri, 15 Mar 2024 - 15min - 544 - Ep-536- বিহু বাদ্য গগণাৰ বিষয়ে আলোচনা ভাগলৈছে ড চন্দ্ৰ কমল চেতিয়াই।Thu, 14 Mar 2024 - 16min
- 542 - Ep_534_Sivar Nam by Tulu Devi and ptyMon, 04 Mar 2024 - 09min
- 541 - Ep_ 533_Talk on Kapil Deb.Tiwageet. and Talk on Nibaran BoraFri, 01 Mar 2024 - 08min
- 540 - EP_530_ভাৰোত্তোলনত অসমীয়া খেলুৱৈৰ সফলতা আৰু সম্ভাৱনীয়তা।Sun, 18 Feb 2024 - 06min
- 539 - Ep_529_অসমৰ বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঁইৰ সাক্ষাৎকাৰ।Sun, 11 Feb 2024 - 08min
- 538 - Ep-528- থলুৱা ফুটবলৰ প্ৰসংগত পৰমানন্দ নাথ আৰু টেনিছ খেলুৱৈৰ সাক্ষাৎকাৰ।
Ep-528- থলুৱা ফুটবলৰ প্ৰসংগত পৰমানন্দ নাথ আৰু নগাঁৱৰ টেনিছ ক্লাবত অনুষ্ঠিত নুৰুল আমিন টেনিছ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ সাক্ষাৎকাৰ।
Wed, 07 Feb 2024 - 14min - 537 - Ep-527- বাৰপুজীয়াৰ সাহিত্য সভাত প্ৰদৰ্শন কৰা মৰিগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ সাক্ষাৎকাৰ ।
Ep-527- বাৰপুজীয়াৰ সাহিত্য সভাত প্ৰদৰ্শন কৰা মৰিগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ সাক্ষাৎকাৰ কৃষি,মীন, ৰেচম আদি বিভাগৰ সাক্ষাৎকাৰ।
Sun, 04 Feb 2024 - 30min - 536 - Ep-526-অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকাৰ প্ৰতিবেদনFri, 02 Feb 2024 - 22min
- 535 - Ep_525_অসম সাহিত্য সভাৰ বাৰপুজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি।
Ep_525_অসম সাহিত্য সভাৰ বাৰপুজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি ।১ ফেব্ৰুৱাৰী। পুৱা ৮.৪৫ বজা ক_ অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন। খ_ পতাকা বেদীৰ প্ৰথম চক্ৰত ১১খন পতাকা উত্তোলন। গ-পতিকা বেদীৰ দ্বিতীয় চক্ৰত ১০৭খন পতাকা উত্তোলন। পুৱা ৯.০০ বজাত স্মৃতি তৰ্পণ পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ। পুৱা ১০.৩০ বজাত সাহিত্য সন্মিলন , স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ সন্মিলন। বিয়লি ৩.০০ বজাত বৌদ্ধিক সন্মিলন। সন্ধিয়া ৫.০০ বজাত প্ৰতিনিধি সভা। সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান।
Mon, 29 Jan 2024 - 27min - 534 - Ep_524_ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, নগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনৰ এক প্ৰতিবেদন।Thu, 25 Jan 2024 - 19min
- 533 - Ep- 523-নগাঁও আৰু মৰিগাঁৱত অনুষ্ঠিত শিল্পী দিৱসৰ এটি প্ৰতিবেদন ।
আজি শিল্পী দিৱস জ্যোতিপ্ৰসাদ প্ৰসাদ আগৰৱালৰ মৃত্যু দিৱস । নগাঁও আৰু মৰিগাঁৱত অনুষ্ঠিত শিল্পী দিৱসৰ চমু প্ৰতিবেদন এই অনুষ্ঠানত খুটিকটিয়াৰ প্ৰগতি সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱস কাৰ্যসূচীৰ চমু বিবৰণী, কলিয়াবৰ চামধৰাৰত অনুষ্ঠিত শিল্পী দিৱস। লগতে ফোন লাইনত থাকিব কলিয়াবৰ ৰ সাংবাদিক নৃপেন কেঁওট আৰু তৰুণ চন্দ্ৰ মুক্তিয়াৰ। জুৰিয়াৰ পৰা প্ৰাঞ্জল শইকীয়াই আৰু মৰিগাঁৱৰ সাংবাদিক অচ্যুত কুমাৰ নাথ মৰিগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত আজি অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কাৰ্যসূচীৰ প্ৰতিবেদন আগবঢ়াব। অনুষ্ঠানৰ বৰ্হিৰেকৰ্ডিং আৰু সম্পাদনা কৰিছে - কিৰণ চন্দ্ৰ নাথে।
Wed, 17 Jan 2024 - 16min - 532 - Ep_522_ভোগালী বিহুৰ পৰম্পৰা কেনেধৰণৰ এটি সাক্ষাৎকাৰ অনুষ্ঠান।Sat, 13 Jan 2024 - 28min
- 531 - Ep_521_Talk on Maghbihu & Song.Sun, 07 Jan 2024 - 12min
- 530 - Ep_520_মৰিগাঁও জিলাত খেলৰ অগ্ৰগতি কৈছে ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদে
Ep_520_মৰিগাঁও জিলাত খেলৰ অগ্ৰগতিৰ বিষয়ে কৈছে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদে । আৰু খেলৰ বাতৰি
Wed, 03 Jan 2024 - 19min - 529 - Ep-519-Chorus on Bhpen Hazarika Ly Sayed Sadulla.Tue, 02 Jan 2024 - 09min
- 528 - Ep_518_বৰদিন মানে কি আৰু গীত ।Fri, 22 Dec 2023 - 04min
- 527 - Ep_517_ OjaPali by Dharmeswar Baruah and Pty.
Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos
Wed, 20 Dec 2023 - 13min - 526 - Ep_516~OjaPali By Kushal Tamuli and pty
 Videos Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos
Thu, 14 Dec 2023 - 12min - 525 - Ep_514_Ankiyanat kelegopal Ly SankardevThu, 14 Dec 2023 - 58min
- 524 - Ep_514_Int. With Ramani Mohan Deka (Retaiared Army) & Tiwageet By Tarulota Das DewriMon, 11 Dec 2023 - 13min
- 523 - Ep 513_ Kenekoi khelar dharabibarani present koreWed, 06 Dec 2023 - 14min
- 522 - Ep_512_কেনেকৈ ৪১জন শ্ৰমিকক ওলাইছিল এক প্ৰতিবেদন ।Wed, 29 Nov 2023 - 04min
- 521 - Ep_511_অসমীয়া বোলছবি চামেলি মেমচাহাবৰ গীত
Ep_511_অসমীয়া বোলছবি চামেলি মেমচাহাবৰ গীত১ *অসম দেশৰ বাগিচাৰে* / ঊষা মঙ্গেষকাৰ আৰু ভূপেন হাজৰিকা ২ অ *বিদেশী বন্ধু ভুপেন হাজৰিকা* ৩ *জাগিজা গিজাও* ঊষা মঙ্গেষকাৰ ৪ *অ আ ক খ* ঊষা মঙ্গেষকাৰ
Fri, 24 Nov 2023 - 14min - 520 - Ep_510_নগাঁৱত অনুষ্ঠিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ দৰ্শকৰ সাক্ষাৎকাৰ
_নগাঁৱত অনুষ্ঠিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ ,দৰ্শকৰ আৰু ধিং ক্ৰীড়া সন্থাৰ সম্পিদক বলিন মেধাৱীৰ সাক্ষাৎকাৰ । 💐সাক্ষাৎ গ্ৰহণ কিৰণ চন্দ্ৰ নাথৰ💐
Wed, 01 Nov 2023 - 33min - 519 - Assamese Life And Culture /অসমীয়া সংস্কৃতি ++Kiran Chandra Nath (Trailer)Sun, 29 Oct 2023 - 00min
- 518 - Ep_509_নগাঁৱত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক স্বাধীনতা দিৱস কাপ ফুট বল প্ৰতিযোগিতাৰ এক প্ৰতিবেদন ।
৭৫ বছৰত ভৰি দিলে নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খনে । অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ অন্যতম পুৰণি নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা । চলিত বৰ্ষৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খন ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব । যোৱা শুক্ৰবাৰে এই কথা ঘোষনা কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । বৰ্তমানলৈকে ১৫টা দলৰ অংশগ্ৰহন নিশ্চত কৰিছে দলে । কলিকতাৰ ইষ্ট বেংগল ফুটবল ক্লাব ।চত্তিচগড়ৰ শ্বেৰ এফ চি, কেৰেলাৰ লুকা ছ''কাৰ ক্লাব , দিল্লী পুলিচ, চেন্নাই , আইটি এফচি, শ্বিলঙৰ পি এফ আৰ এফ চি একাডেমী , নৰ্থ ইষ্ট ইউনাইটেড এফ চি , কাছাৰৰ লেনৰুল ফুটবল ক্লাব , দুলীয়াযানৰ অইল ইণ্ডিয়া এফ চি কোকৰাঝাৰৰ গ্লবেল এফ চি ওডালগুৰি স্পৰ্টিং এফ চি , গুৱাহাটীৰ এ এছ ই বি স্পৰ্ট্ছ ক্লাব নগাঁও । নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন দল আৰু নগাঁও ক্ৰীড়া সন্থা একাদশ আদি মুঠ ১৫টা দল । এই প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি পীয়ূষ হাজৰিকা মূখ্য অতিথি নন্দিতা গাৰ্লোছা অৰ্জন বটা বিজয়ী হিমা দাস বিশিষ্ট অতিথিৰুপে উপষ্ঠিত থাকিব । এই বাৰ কেইবাখনো খেল ধিং আৰু কামপুৰত অনুষ্ঠিত হ'ব । এই বিষয়ৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে চেয়াৰ আৰু চাবচক্ৰাইব কৰিব ।
Fri, 27 Oct 2023 - 23min - 517 - Ep_608_জোঙাল বলহু ৰজাৰ বিষয়ে যুগুত কৰা গীত শিল্পী বিদ্যুৎ বিকাশ সেনাপতি ।
জোঙাল বলহু , Jungal Balahu ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল। ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।জোঙাল বলহুৰ প্ৰতিমূৰ্তি। প্ৰাৰম্ভিক জীৱন ১৪১৫-১৪৪০ চনত জোঙাল বলহু মৃগংক নামেৰেও পৰিচিত আছিল। তেওঁ ১৩৬৫-১৩৮৫ চনৰ কামতা ৰাজ্যৰ গংগাৱতী আৰু অৰিমত্তৰ পুত্ৰ। বড়ো-ভূঞাৰ শাসন কালত চন্দ্ৰপ্ৰভা/খোঞ্চৰী আৰু প্ৰতাপ সিংহ/মায়ামত্তৰ পুত্ৰ আছিল। এই কথা দেও লাংখুই গ্ৰন্থত বৰ্ণনা কৰা হৈছে। ১৩০৫-১৩২৫ চনত প্ৰতাপ সিংহ/প্ৰতাপ ধ্বজ আহোম বংশৰ পৰা কামতা ৰাজ্যৰ শাসক আছিল। তেওঁ অসমৰ ৰহাৰ ওচৰৰ ছহৰীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কমতা ৰাজ্যৰ শেষৰজন ৰজা তেওঁৰ ৰাজধানী নগাঁও জিলাৰ মৌজাত আছিল। নগাঁৱৰ ৰহাৰ ওচৰত জোঙাল বলহুৰ গড় নামে এটি পুৰণি গড় এতিয়াও দেখিবলৈ পোৱা যায়। জোঙাল বলহুৰ ৰাজ্যৰ ওচৰত তিৱা কছাৰী বিলাকৰ ৰাজ্য আছিল। সেয়ে কছাৰী সকলৰ লগত তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। এনে এখন কাজিয়াতে তেওঁৰ মৃত্যু হৈছিল। জোঙাল বলহুৰ নামৰ লগত নগাঁও জিলাৰ কেইবাখনো ঠাইৰ নাম জড়িত হৈ আছে। কছাৰীৰ লগত কোনো এখন যুঁজত হাৰি এওঁ পলাই গৈছিল। পলাই যাওঁতে কলঙৰ পাৰৰ ৰহাত জঙ্গল বলাহু পানী পিবলৈ ‘বহিছিল’ অৰ্থাৎ জিৰাইছিল, পানীৰে ভটিয়াই যাওঁতে হেনো জাগীৰ ওচৰত ‘জাগিছিল’, অৰ্থাৎ পানীৰ পৰা তীৰত উঠিছিল। অৱশেষত কাজলি মুখত হেনো কাজলি বাঁহৰ কাঁড়ৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰে। আন কিছুমানৰ মতে, আৰিমত্তৰ ৰাজ্য আক্ৰমণ কৰি আৰিমত্তক বধ কৰাৰ পিছত হেনো আৰিমত্তৰে আন এজন পুতেক ৰত্নসিংহৰ হাতত জোঙাল বলহুৰ মৃত্যু হয়।নগাওঁ জিলাত জোঙাল বলহুক লৈ বুঢ়া মেথাসকলৰ মাজত এটি গীত শুনিবলৈ পোৱা যায়। গীতটি দীঘলীয়া। কালৰ বুকুত হেৰাই যাবলৈ ধৰা গীতটি লোকসংস্কৃতিৰ অনুসন্ধানকাৰী ৰুদ্ৰ ডেকাই সংগ্ৰহ কৰি ১৯৮০ চনৰ অসম সাহিত্য সভাৰ সপ্তচত্বাৰিংশ ৰহা অধিবেশনৰ স্মৃতি গ্ৰন্থ "ৰহাৰ ৰহদৈ"ত স্থান দিছিল। তেখেত ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ "নিখিল ভাৰত শিপিনী সঙ্ঘ"ৰ কৰ্মী হিচাপে ধৰমতুল,জাগি,মায়ং আদি অঞ্চলবোৰ ঘূৰি ফুৰুতে গঞাৰ মুখৰ পৰা জোঙাল বলহুৰ বিষয়ে অনেক ফকৰা যোজনা আৰু এই গীতটো সংগ্ৰহ কৰিছিল। গীতটো সাত খলপিয়া গড় বান্ধি ৰাজত্ব কৰা জোঙালৰ বিৰত্বৰ কথাৰে আৰম্ভ হৈ জোঙালৰ মৃত্যৰ কৰুণ কাহিনীৰে সমাপ্ত হৈছে।
Mon, 23 Oct 2023 - 10min - 516 - Ep_507_ড৹ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত ।Mon, 23 Oct 2023 - 03min
- 515 - Ep_506_Durga Bandona
অনুষ্ঠান Track1 _দুৰ্গা বন্দনা by Asha Bhosle Track 2 Chandi path Brendra kr phukan. please Subscrieb My podcast
Sun, 22 Oct 2023 - 07min - 514 - Ep_505_নগাঁৱৰ দূৰ্গা পূজাৰ পৰম্পৰা /সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান /
_নগাঁৱৰ দূৰ্গা পূজাৰ পৰম্পৰা /সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান / বিভিন্ন পুজা মণ্ডপত সাক্ষাত গ্ৰহণ কৎআ হৈছে
Sat, 21 Oct 2023 - 28min - 513 - Ep_504_Durga Nam // দূৰ্গা দেৱীৰ নাম // নমো নমো ....
দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল। ===[[দুৰ্গা]]=== ‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। ''শব্দকল্পদ্ৰুম'' ৩। ১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন-বিধ। শাস্ত্ৰত বৰ্ণনা কৰামতে সেইবোৰৰ নাম আৰু বৈশিষ্ট্য হ’ল— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। ;১. [[শৈলপুত্ৰী]] :মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাঁওহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “[[সতী]]”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পাছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’ আৰু ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়। ;২. [[ব্ৰহ্মচাৰিণী]] :মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “''বেদস্তত্ত্ব তপো ব্ৰহ্ম। ''” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ-মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়। ;৩. [[চন্দ্ৰঘণ্টা]] :মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। এখেতৰ শৰীৰৰ বৰণ সুৱৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা। ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক। ;৪. [[কুষ্মাণ্ডা]] :মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এখেত হে হ’ল সৃষ্টিৰ আ
Fri, 20 Oct 2023 - 12min - 512 - Ep_503_তুলসী চৰিত্ৰ পাঠ প্ৰথম ভাগ / শিল্পী ৰাহুল দেৱ বৰদলৈ।Wed, 18 Oct 2023 - 11min
- 511 - Ep_502_ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা নগাঁও ২০২৩ ২৪ ৰ এটি প্ৰতিবেদন
NorthEast People's Development Federation আৰু Tiwa Autononus Council ৰ সৌজন্যত যোৱা ৮ অক্টোবৰৰ পৰা অহা ২১ অক্টোবৰলৈ নগাঁওৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুস্থিত হৈ আছে ৰাজ্যিক হস্ততাত বস্ত্ৰমেলা ২০২৩-২৪ ৰ বিপণীত গৈ দেশৰ বিভিন্ন প্ৰান্তৰ হাতে বোৱা কাপোৰ আৰু হাতেৰে প্ৰস্তুত সামগ্ৰী বিক্ৰী কৰা উদ্যোগী সকলৰ লগত কথা পাতিছিলো । শুনো আহক চাবচক্ৰাইব কৰিব মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ নগাঁও অসম 98641 60507
Tue, 17 Oct 2023 - 14min - 510 - Ep_501_নগাঁৱৰ বিভিন্ন দূৰ্গা পূজাৰ বিষয়ে পুজা মণ্ডপৰ কৰ্ম্মকৰ্তাৰ সাক্ষাৎকাৰ ।Mon, 16 Oct 2023 - 12min
- 506 - Ep_499_ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু KRiSIL প্ৰগ্ৰাম কি ? কি দৰে সহায়ৰ হাত আগবঢ়াই ?
নগাঁৱৰ কাছমাৰিৰ পলাসতল প্ৰাংগনত আজি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল প্ৰগ্ৰামৰ মই প্ৰগতি আচনিৰ কমিঊনিটি লেভেলৰ পয্যায়ৰ এখনি সভা অনুষ্ঠিত হয় । খাগৰিজান উন্নয়ন খণ্ডৰ অধিনৰ এই সভাত আজি কাছমাৰি আৰু শেনছো অঞ্চলৰ ভালে সংখ্যক মহিলাই অংশগ্ৰহণ কৰে। কমিউনিতি লেভেল পয্যায়ৰ অৰ্থাৎ যোগা যোগ পয্যায়ৰ এই সভাত বিশেষকৈ মহিলা সকললক যোগান ধৰা' মই প্ৰগতি ' আচনিৰ অধীনত বিত্তীয় সহায্য প্ৰদানৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হয় । এই সভাত খাগৰিজান উন্নয়ন খণ্ডৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ফিল্ড মেনেজাৰ শ্ৰবন শৰ্মা । সাৰংগ তালুকডাৰ। সীমামণি দাস গ্ৰীন বৰাৰ লগতে জীবিকা সখী ভানু দেৱী আৰু মামনী দত্ত উপস্থিত থাকে । আজিৰ এই সভাত পঞ্চায়ত সভাপতি পংকজ বৰা উপস্থিত থাকে । লাইক আৰু চেয়াৰ চাবচক্ৰাইব কৰিব
Wed, 11 Oct 2023 - 22min - 504 - Ep_498_লক্ষ্মী দেৱীৰ নাম । লক্ষ্মী দেৱী আহি আছে...
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত। পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷ ক্ষিপ্ৰ তথ্য লক্ষ্মী দেৱী, অন্য নাম ... ব্যুৎপত্তি লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্ (সংস্কৃত: लक्ष् ) আৰু লক্ষ (সংস্কৃত: लक्ष ) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷ লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়। ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।💐💐💐💐💐💐💐💐💐💐💐 ঢাবঢক্ৰাইব কৰিব
Mon, 09 Oct 2023 - 10min - 503 - Ep-497-কালীদেৱীৰ নাম । জয়ন্তী মংগলা কালী।
Ep-497-কালীদেৱীৰ নাম ।জয়ন্তী মংগলা কালী।কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে। ক্ষিপ্ৰ তথ্য কালী, সম্পৰ্ক ... অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস। লগতে তান্ত্ৰিক শৈৱৰ এটা ভাগ কুলমাৰ্গৰ চাৰিটা বিভাগৰ এটা। সময়ৰ লগে লগে কালীক পূজা-পাৰ্ৱণত বা আন তন্ত্ৰ শাখাসমূহত দৈৱিক মা, বিশ্বব্ৰহ্মাণ্ডৰ মা, আদি শক্তি বা আদি পৰাশক্তি আদি নামেৰে অভিহিত কৰা হয়। মা কালীক শাক্ত আৰু তন্তশাখাত ব্ৰাহ্মণৰ সৰ্বশেষ ৰূপ হিচাপে আৰাধনা কৰা হয়।|মা কালীক ঐশ্বৰিক ৰক্ষাকৰ্তা বা মোক্ষপ্ৰদানকাৰী বুলি বিবেচনা কৰা হয় কালীক শান্ত সমাহিতভাৱে শুই থকা শিৱৰ ওপৰত থিয় হৈ থকা হিচাপে প্ৰদৰ্শন কৰা হয়। মা কালীক গোটেই ভাৰতত পূজা-অৰ্চনা কৰা হয়। ব্যুৎপত্তি কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে। ক্ষিপ্ৰ তথ্য কালী, সম্পৰ্ক ... অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস। লগতে তান্ত্ৰিক শৈৱৰ এটা ভাগ কুলমাৰ্গৰ চাৰিটা বিভাগৰ এটা। সময়ৰ লগে লগে কালীক পূজা-পাৰ্ৱণত বা আন তন্ত্ৰ শাখাসমূহত দৈৱিক মা, বিশ্বব্ৰহ্মাণ্ডৰ মা, আদি শক্তি বা আদি পৰাশক্তি আদি নামেৰে অভিহিত কৰা হয়। মা কালীক শাক্ত আৰু তন্তশাখাত ব্ৰাহ্মণৰ সৰ্বশেষ ৰূপ হিচাপে আৰাধনা কৰা হয়।|মা কালীক ঐশ্বৰিক ৰক্ষাকৰ্তা বা মোক্ষপ্ৰদানকাৰী বুলি বিবেচনা কৰা হয় কালীক শান্ত সমাহিতভাৱে শুই থকা শিৱৰ ওপৰত থিয় হৈ থকা হিচাপে প্ৰদৰ্শন কৰা হয়। মা কালীক গোটেই ভাৰতত পূজা-অৰ্চনা কৰা হয়। ব্যুৎপত্তি
Sat, 07 Oct 2023 - 09min - 502 - Ep👌495_Khelar Anusthan .Int. With Bindiya Basumatary .Nanu Das & Sports News.
খেলৰ অনুষ্ঠান । নগাঁও কন্যামহাবিদ্যালয়ৰ ক্ৰিড়া সম্পাদিকা বিন্দীয়া বসুমতাৰীৰ সাক্ষাৎকাৰ 💐নগাঁৱৰ ক্ৰীড়া সংগঠক নানু দাসৰ সাক্ষাৎকাৰ আৰু আছে খেলৰ বা বাতৰি । সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা কিৰণ চন্দ্ৰ নাথৰ
Wed, 04 Oct 2023 - 21min - 501 - Ep_494_podcast Report on Gandhijayanti at Nagaon.Mon, 02 Oct 2023 - 15min
- 500 - Ep_493_Mahatma Gandhir BaniSat, 30 Sep 2023 - 07min
- 499 - Ep_492_ Durga pujar NamFri, 29 Sep 2023 - 33min
- 498 - Ep_491_ Sri Sri Chandi path By Pt.Amornath Bhattacharjee. Part3Tue, 26 Sep 2023 - 36min
- 497 - Ep_490_ Sri Sri Chandi path By Pt.Amornath Bhattacharjee. Part2Mon, 25 Sep 2023 - 53min
- 496 - Ep_489_ Sri Sri Chandi path By Pt.Amornath Bhattacharjee.Mon, 25 Sep 2023 - 54min
- 495 - Ep_488-বৰগীত_সমবেত কণ্ঠৰ ।শংকৰ দেৱ বিৰচিতSun, 24 Sep 2023 - 25min
- 494 - Ep_487_Talklet on Arjun Bhugeswar Baruah And Song By Khagen Mahanta.Thu, 21 Sep 2023 - 12min
- 493 - Ep_486_Bishnu Narayan Vatkhande (Talklet) +kheyal By Birendra Kr Phukan.
Assamese life & Culture. Track_1 Tolklet on Vatkhande. Track_2 Kheyal (Rag Ahir Bhiarav)By Birendra kr. Phukan .
Tue, 19 Sep 2023 - 20min
Podcasts similar to Assamese Life And Culture /অসমীয়া সংস্কৃতি ++Kiran Chandra Nath
- Global News Podcast BBC World Service
- El Partidazo de COPE COPE
- Herrera en COPE COPE
- The Dan Bongino Show Cumulus Podcast Network | Dan Bongino
- Es la Mañana de Federico esRadio
- La Noche de Dieter esRadio
- Hondelatte Raconte - Christophe Hondelatte Europe 1
- Affaires sensibles France Inter
- La rosa de los vientos OndaCero
- Más de uno OndaCero
- La Zanzara Radio 24
- Espacio en blanco Radio Nacional
- Les Grosses Têtes RTL
- L'Heure Du Crime RTL
- El Larguero SER Podcast
- Nadie Sabe Nada SER Podcast
- SER Historia SER Podcast
- Todo Concostrina SER Podcast
- 安住紳一郎の日曜天国 TBS RADIO
- TED Talks Daily TED
- The Tucker Carlson Show Tucker Carlson Network
- 辛坊治郎 ズーム そこまで言うか! ニッポン放送
- 飯田浩司のOK! Cozy up! Podcast ニッポン放送
- 武田鉄矢・今朝の三枚おろし 文化放送PodcastQR